কে চি দাস কমাৰ্চ কলেজ K. C. Das Commerce College

A Provincialised College under the Govt. of Assam

UGC Recognized | AICTE Approved | Gauhati University | NAAC Accredited | ISO 9001:2015

মহাবিদ্যালয় সংগীত
ক্লান্ত ধূসৰ নগৰ কোণৰ প্ৰজ্ঞাৰ মহালয়
পৰশ কাঠিৰে প্ৰসাৰিত কৰে
মনৰ দিগবলয়।
মহাতীৰ্থত গুঞ্জৰিত স্পৰ্শকাতৰ ধ্বনি
বন্ধ কপাট উন্মুক্ত নিগৰিল সুৰধুনি
নয়নে প্ৰাণে লালন কৰিলে স্বপ্ন মায়াময়
স্তব্ধ হৃদয় সঞ্জীৱিত
দগ্ধ পৰাণ উজ্জীৱিত
সহযাত্ৰী আজি বাণিজ্য
পৃথিৱী আলোকময়
দ্ৰোণাচাৰ্য্যৰ প্ৰয়োগশালাৰ
দিলে আধুনিক ৰূপ
মহামনীষাৰ ধাৰাত বিলীন
প্ৰাচীন ভগ্নস্তূপ
ক্লান্ত ধূসৰ নগৰ কোণৰ প্ৰজ্ঞাৰ মহালয়
শতজনে লৈ জ্ঞানৰ ৰশ্মি কৰিব দিগবিজয়
আমাৰ কে চি দাস কমাৰ্চ কলেজ।
সুৰ ৰচনা
দামোদৰ বৰা ডঃ বিৰিঞ্চি কুমাৰ মেধি

💬Gyansathi – KCDCC AI Assistant
Gyansathi – KCDCC AI Assistant ✕
AI is typing...
💬 Gyansathi – KCDCC AI Assistant
Gyansathi – KCDCC AI Assistant ✕
Hello! Welcome to K.C. Das Commerce College. How can I assist you today?
AI is thinking...